November 1, 2025 12:41 PM
3
হাইলো অপেন ছুপাৰ ফাইভ হাড্রেড বেডমিন্টন প্রতিযোগিতাত উন্নতী হুদাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ
জার্মানীৰ ছাৰক্ৰকেনত অনুষ্ঠিত হাইলো অপেন ছুপাৰ ফাইভ হাড্রেড বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ উন্নতী হুদাই মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। উন্নতীয়ে কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেই...