August 1, 2025 11:10 AM

views 41

আজিৰে পৰা বেংকিং সমশোধনী আইন ২০২৫ কাৰ্যকৰী

বেংক ব্যৱস্থাত জমাকাৰী আৰু বিনিয়োগকাৰীৰ বাবে বর্ধিত সুৰক্ষা নিশ্চিত কৰা আৰু বেংকিং খণ্ডত শাসনবিধিৰ মান উন্নত কৰাৰ লক্ষ্যৰে আজিৰে পৰা বেংকিং সমশোধনী আইন ২০২৫ কাৰ্যকৰী হৈছে। বিত্ত মন্ত্রালয়ে কয় যে যোৱা ১৫ এপ্ৰিলত অধিসূচনা জাৰি কৰা এই আইনখনে ৰাজহুৱা খণ্ডৰ বেংকসমূহত নিৰীক্ষণৰ মান উন্নত কৰাৰ লগতে সমবায় বেংকসমূহত সঞ্চালকৰ কাৰ্যকাল বৃদ্ধিৰ বাবে চেষ্টা কৰিছে। এই সংশোধনৰ জৰিয়তে ১৯৬৮ চনৰ পৰা অপৰিৱৰ্তিত হৈ থকা সন্তোষজনক সুতৰ সীমা ৫ লাখ টকাৰ পৰা ২ কোটি টকালৈ পুনৰ সংজ্ঞায়িত কৰাৰ লক্ষ্য লোৱা হৈছে৷ ইয়াৰ...