April 4, 2025 8:25 PM April 4, 2025 8:25 PM

views 7

বিমষ্টেক শীৰ্ষ সন্মিলনত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ চমু বৈঠকত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত বিমষ্টেক শীৰ্ষ সন্মিলনৰ আহৰিত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সৈতে এখন চমু বৈঠকত মিলিত হয়। প্রধানমন্ত্রী মোদীয়ে এই বৈঠকত চুবুৰীয়া দেশখনত এখন গণতান্ত্রিক সুস্থ, শান্তিপূর্ণ, প্ৰগতিশীল আৰু সকলো জাতি-জনগোষ্ঠীৰ সম-অধিকাৰ বৰ্তি থকাৰ বাবে ভাৰতে সদায়েই সহযোগিতা আগবঢ়াব বুলি বাংলাদেশী নেতাগৰাকীক আশ্বাস দিয়ে। শ্রীমোদীয়ে দুয়ো দেশৰ মাজৰ সীমান্তত প্ৰচলিত আইনৰ সঠিক ৰূপায়ণ আৰু সীমান্তইদি অবৈধ অনুপ্রবেশ বন্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ ক...

November 14, 2024 8:54 PM November 14, 2024 8:54 PM

views 10

বাংলাদেশৰ সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষতা শব্দটো আঁতৰ কৰাৰ পোষকতা মহম্মদ ইউনিছ নেতৃত্বাধীন অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ

বাংলাদেশৰ মহম্মদ ইউনিছ নেতৃত্বাধীন অন্তৰ্ৱৰ্তীকালীন চৰকাৰখনে দেশখনৰ সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষতা শব্দটো আঁতৰ কৰাৰ পোষকতা কৰিছে। বাংলাদেশৰ সংবিধানৰ পঞ্চদশ সংশোধনী বাতিল কৰাৰ ঔচিত্য সন্দৰ্ভত হোৱা শুনানিৰ সময়ত ঢাকা উচ্চ ন্যায়ালয়ত দেশৰখনৰ এটর্নি জেনেৰেল মহম্মদ আছাদুজ্জামানে ৯০ শতাংশ মুছলমানপ্রধান দেশখনত এই ধৰ্মনিৰপেক্ষতা শব্দটোৱে দেশখনৰ বাস্তৱিক ছবি দাঙি ধৰিব নোৱাৰে বুলি চৰকাৰখনৰ সপক্ষে যুক্তি আগবঢ়ায়। এটর্নি জেনেৰেল গৰাকীয়ে দেশখনৰ সংবিধানত থকা সমাজতান্ত্রিক, বাঙালী জাতীয়তাবাদ আদি শব্দ আৰু শ্বে...