December 19, 2025 12:52 PM

views 21

বাংলাদেশৰ ঢাকাৰ ভাৰতীয় ভিজা আবেদন কেন্দ্র পুনৰ মুকলি

বাংলাদেশৰ ঢাকাৰ ভাৰতীয় ভিজা আবেদন কেন্দ্র (আই ভি এ চি) অস্থায়ীভাৱে বন্ধ হৈ থকাৰ পাছত পুনৰ মুকলি কৰা হৈছে। বাংলাদেশৰ বিভিন্ন প্ৰান্তত ভাৰত বিৰোধী প্ৰদৰ্শনৰ পৰিপ্ৰেক্ষিতত খুলনা আৰু ৰাজশ্বাহীত থকা ভিজা আবেদন কেন্দ্র বন্ধ কৰি থোৱা হৈছিল। অৱশ্যে কেন্দ্ৰৰ ৱেবছাইটত প্ৰকাশ কৰা অনুসৰি সদ্যহতে স্বাভাৱিক সময়তকৈ পূৰ্বে দৈনিক কেন্দ্ৰটোৰ কাম-কাজ বন্ধ কৰা হ'ব। ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হোৱা উদ্বেগৰ পৰিপ্ৰেক্ষিতত অসমৰো বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষ সতর্কতা জাৰি ক...