August 7, 2024 12:57 PM August 7, 2024 12:57 PM

views 7

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক সন্দৰ্ভত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানৰ বৈঠক

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰে উদ্বিগ্নতা প্রকাশ কৰিছে। দেশখনৰ প্ৰধানমন্ত্রী পদৰ পৰা পদত্যাগ কৰি শ্বেইখ হাছিনা ভাৰতলৈ অহাৰ পাছতেই কালি বাংলাদেশৰ সৈতে সংলগ্ন হৈ থকা অসমৰ জিলাকেইখনৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধান গৰাকী বৈঠকত মিলিত হয়। ভিডিঅ' কনফাৰেন্সযোগে অনুষ্ঠিত এই বৈঠকত কাছাৰ, কৰিমগঞ্জ, গোৱালপাৰা মানকাচৰ আৰু ধুবুৰী জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক সীমান্তত যাতে কোনো ধবণব অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বিহিত ব্যৱস্থা গ...