February 7, 2025 6:15 PM February 7, 2025 6:15 PM
5
বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ বাসগৃহ ধ্বংস কৰা ঘটনাৰ তীব্ৰ নিন্দা ভাৰতৰ
ভাৰতে বাংলাদেশত প্ৰতিবাদকাৰীয়ে বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ বাসগৃহ ধ্বংস কৰা ঘটনাৰ তীব্ৰ নিন্দা কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়শোৱালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে স্বাধীন বাংলাদেশৰ ইতিহাসৰ চিহ্নস্বৰূপ এই ঐতিহাসিক ভৱন ধ্বংস কৰি পেলোৱাটো সঁচাকৈয়ে অতি দুখৰ বিষয়। তেওঁ কয় যে বাংলা পৰিচয় আৰু গৌৰৱক সমৃদ্ধ কৰা স্বাধীনতা সংগ্ৰামৰ মূল্যবোধৰ সৈতে পৰিচিত প্ৰতিগৰাকী ব্যক্তিয়েই বাংলাদেশৰ জাতীয় চেতনাৰ সৈতে জড়িত এই বাসগৃহৰ গুৰুত্বৰ বিষয়ে ভালকৈয়ে জানে। আমাৰ আগৰ বাতৰিতে কোৱা ...