December 11, 2024 2:27 PM
19
বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত ৮৮ টা গোচৰ ৰুজু, ৭০ জন লোকক আটক
বাংলাদেশত যোৱা ৫ আগষ্টৰ পৰা ২২ অক্টোবৰৰ ভিতৰত ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত ৮৮ টা গোচৰ ৰুজু কৰা হৈছে আৰু এই সন্দৰ্ভত ৭০ জন লোকক আটক কৰা হৈছে। দেশখনৰ মুখ্য উপদেষ্টা মহম্মদ ইউনিছৰ প্ৰেছ সচিব ছফিকুল আলমে কালি ঢাকাত এই কথা সদৰি কৰে। ভাৰতৰ বিদেশ সচিব বিক্রম মিশ্ৰীৰ ঢাকা ভ্ৰমণৰ ঠিক পাছতেই কালি বাংলাদেশ চৰকাৰে এই তথ্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ প্ৰেছ সচিবগৰাকীয়ে কয়, যে চুনামগঞ্জ, নৰসিংদি, চট্টগ্ৰাম আৰু ঢাকাত সংঘটিত সংখ্যালঘু নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত এই লোককেইজনক আটক কৰ...