August 11, 2024 7:27 PM August 11, 2024 7:27 PM
10
বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতা মহম্মদ ইউনুছৰ গৰিহণা
শ্বেইখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ পতনৰ পাছত বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতা মহম্মদ ইউনুছে গৰিহণা দিয়ে । এনেধৰণৰ ঘটনাক জঘন্য বুলি অভিহিত কৰি নবেল বঁটা বিজয়ী ইউনুছে প্রতিবাদত জড়িত থকা ছাত্ৰসকলক দেশখনত বাস কৰা হিন্দু, খ্রীষ্টান আৰু বৌদ্ধ পৰিয়ালসমূহক সুৰক্ষা দিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ' গুটেৰেছৰ উপ মুখপাত্র ফাৰহান হকেও দেশখনত সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক নিন্দা কৰি জাতি-ধৰ্ম বা যিকোনো বৈষম্যৰ ভিত্তিত হিংসাৰ বি...