April 29, 2025 6:38 PM

views 19

বাংলাদেশত মহিলাৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণ কৰাৰ আহ্বান বাংলাদেশ মহিলা পৰিষদৰ

বাংলাদেশ মহিলা পৰিষদে প্ৰফেছৰ ইউনুছ নেতৃত্বাধীন দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ মহিলাৰ বিৰুদ্ধে বৃদ্ধি পোৱা অপৰাধ নিয়ন্ত্ৰণ কৰাৰ লগতে দেশখনত মহিলা সুৰক্ষা সুনিশ্চিত কৰাৰ আহ্বান জনাইছে। উল্লেখযোগ্য যে শেহতীয়াকৈ দেশখনত মহিলাৰ বিৰুদ্ধে অত্যাচাৰৰ ঘটনা বৃদ্ধি পাইছে। কেৱল মাৰ্চ মাহতে ৪৪২ গৰাকী মহিলা ভুক্তভোগী হৈছে। বাংলাদেশ মহিলা পৰিষদৰ সম্পাদিকা ৰাবিয়া বেগম শান্তিয়ে কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই সময়ছোৱাত ১৬৩ গৰাকী মহিলা ধৰ্ষণৰ বলি হৈছে। দুগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰা হ...