December 21, 2025 8:41 PM

views 23

নতুন দিল্লী থকা বাংলাদেশ উচ্চায়ুক্তৰ সন্মুখত কোনো ধৰণৰ আইন-শৃংখলা অথবা সুৰক্ষাজনিত পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ প্ৰকাশ

নতুন দিল্লী থকা বাংলাদেশ উচ্চায়ুক্তৰ সন্মুখত একাংশ লোকে কৰা প্ৰতিবাদৰ সময়ত কোনো ধৰণৰ আইন-শৃংখলা অথবা সুৰক্ষাজনিত পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে স্পষ্ট কৰি দিছে। সংবাদ মাধ্যমৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্রালয়ে কয় যে ২০ৰ পৰা ২৫জন যুবকে কালি বাংলাদেশ উচ্চায়ুক্তৰ সন্মুখত শ্লোগান দি প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিছিল। কিন্তু আৰক্ষীয়ে কেইমিনিট মানৰ ভিতৰতে প্রতিবাদী লোকসকলক ছত্রভংগ দিবলৈ বাধ্য কৰায়। উল্লেখযোগ্য যে বাংলাদেশত দিপু চন্দ্ৰ দাস নামৰ এজন লোকক একাংশ উত্তেজিত লোকে ন...