December 30, 2025 8:14 PM

views 20

প্ৰাক্তন প্রধানমন্ত্রী, বি এন পিৰ সভানেত্রী খালিদা জীয়াৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত বাংলাদেশ চৰকাৰৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা

বাংলাদেশ চৰকাৰে প্ৰাক্তন প্রধানমন্ত্রী তথা বাংলাদেশ নেচনেলিস্ট পার্টী বি এন পিৰ সভানেত্রী খালিদা জীয়াৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নামাজ এ জানাজাৰ বাবে কাইলৈ সার্বজনীন ছুটীও ঘোষণা কৰা হৈছে। দেশখনৰ অন্তর্বর্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা প্ৰফেচাৰ মহম্মদ য়ুনুছে আজি এই কথা প্রকাশ কৰে। তেওঁ লগতে জনসাধাৰণক শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। ঢাকাৰ জাতীয় সংসদ চৌহদৰ ছাউথ প্লাজা আৰু ইয়াৰ গাতে লাগি থকা মাণিক মিঞা এভিনিউত কাইলৈ খালেদা জীয়াৰ...