December 23, 2025 11:50 AM

views 29

বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমকে ধৰি সীমান্ত অঞ্চলসমূহত ভাৰতীয় চোৰাং চোৱা সংস্থাসমূহৰ বিশেষ সতর্কতা জাৰি

প্ৰতিৱেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় চোৰাং চোৱা সংস্থাসমূহে দেশখনৰ সৈতে থকা সীমান্ত অঞ্চলসমূহত বিশেষ সতর্কতা জাৰি কৰিছে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা মতে প্রতিবেশী ৰাষ্ট্ৰখনৰ সুৰক্ষা সংস্থাসমূহ দেশখনৰ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যস্ত হৈ থকাৰ সুযোগ লৈ একাংশ মৌলবাদী সংগঠনে ভাৰতত অনুপ্ৰৱেশ কৰি কুটাঘাট সংঘটিত কৰিব পাৰে বুলি আশংকা কৰা হৈছে। অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ সীমান্ত অঞ্চলৰ নৈপৰীয়া স্থানসমূহত বিশেষ সতর্কতা জৰি কৰা হৈছে বুলি চোৰাংচোৱা সংস্থাৰ এগৰাকী বিষয়...