August 10, 2024 1:28 PM August 10, 2024 1:28 PM

views 7

কোচবিহাৰ জিলাৰ ভাৰত-বাংলাদশ সীমান্তত বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা ব্যর্থ সীমান্ত সুৰক্ষা বাহিনীৰ

সীমান্ত সুৰক্ষা বাহিনীয়ে বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ সহায়ত কালি পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ ভাৰত-বাংলাদশ সীমান্তত অনুপ্ৰৱেশৰ এটা প্ৰচেষ্টা ব্যর্থ কৰে। সীমান্ত সুৰক্ষা বাহিনীৰ মুখপাত্ৰই প্ৰকাশ কৰা মতে, পশ্চিমবংগৰ কোচবিহাৰৰ ভাৰত-বাংলাদেশ সীমান্তত ভাৰতত শৰণ লোৱাৰ উদ্দেশ্যে প্ৰায় এহেজাৰ বাংলাদেশী নাগৰিক আন্তঃৰাষ্ট্ৰীয় সীমান্ত অভিমুখে আহিবলৈ ধৰাত বাহিনীটোৰ জোৱানসকল অন্য ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়। মুখপাত্ৰগৰাকীয়ে কয় যে, সীমান্ত অভিমুখী লোকসকলৰ সৈতে সংঘৰ্ষৰ সূত্ৰপাত হোৱাত সীমান্ত সুৰক্ষা বাহিনীয়ে...