June 6, 2025 12:54 PM
26
ছিন্নস্বামী ষ্টেডিয়ামত পদপিষ্ট হৈ ১১ জন লোকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ভালেকেইগৰাকী জ্যেষ্ঠ বিষয়াক নিলম্বন
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী চিদ্দাৰামায়াই ছিন্নস্বামী ষ্টেডিয়ামত পদপিষ্ট হৈ ১১ জন লোকৰ মৃত্যুৰ ঘটনা সংক্রান্তত বেংগালুৰুৰ আৰক্ষী আয়ুক্ত বি. দনায়ন্দ আৰু ভালেকেইগৰাকী জ্যেষ্ঠ বিষয়াক নিলম্বন কৰিছে। তেওঁ লগতে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু দল, ইভেন্ট মেনেজমেণ্ট ফার্ম ডি এন এ এণ্টাৰটেণ্টমেণ্ট আৰু কৰ্ণাটক ৰাজ্যিক ক্রিকেট এছ'চিয়েচনৰ প্ৰতিনিধিকো গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে। এই সকলৰ বিৰুদ্ধে বিভিন্ন অভিযোগত এজাহাৰ ৰুজু কৰা হৈছে। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ...