March 6, 2025 6:55 PM
10
বাংলাদেশৰ শিক্ষাৰ্থীসকলৰ কালি ৰাজশ্বাহীৰ ৰে’ল লাইন অৱৰোধ
ঢাকা বিশ্ববিদ্যালয়ৰ সমাপ্তি আৰু সকলো খণ্ডতে ক্ষমতা আৰু নিয়োগৰ ক্ষেত্ৰত ঢাকা কেন্দ্ৰিক আধিপত্য অন্ত পেলোৱাৰ দাবীৰে বাংলাদেশৰ শিক্ষাৰ্থীসকলে কালি ৰাজশ্বাহীৰ ৰে'ল লাইন অৱৰোধ কৰে। উপদেষ্টা পৰিষদৰ নিয়োগৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় অনুদান আয়োগলৈকে সকলো ক্ষেত্ৰতে ঢাকা আৰু ঢাকা বিশ্ববিদ্যালয়ে আধিপত্য বজাই আহিছে বুলি প্ৰতিবাদকাৰীসকলে দাবী কৰে। ঢাকা ট্রিবিউন বাতৰি কাকতত প্ৰকাশিত বাতৰি অনুসৰি প্ৰতিবাদকাৰীসকলে সমগ্ৰ দেশতে সম নিয়োগৰ সুযোগৰ দাবী জনায়। ৰাজশ্বাহী বিশ্ববিদ্যালয়ৰ বৈষম্যবিৰোধী ছাত্র আন্দ...