November 15, 2025 6:24 PM

views 16

গোৱালপাৰাত বর্ণাঢ্য কাৰ্যসূচীৰে গাৰো জনগোষ্ঠীয় লোকসকলৰ বাংগালা উৎসৱ

গোৱালপাৰা জিলাৰ চটিপাৰাত দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে গাৰো জনগোষ্ঠীয় লোকসকলৰ বাংগালা উৎসৱ অনুষ্ঠিত হৈছে। গাৰো সাংস্কৃতিক সংঘৰ উদ্যোগত আৰু গাৰো ছাত্ৰ সন্থা অসম মণ্ডলৰ সহযোগত আয়োজিত এই উৎসৱৰ আজি সামৰণি পৰিব। আজি অন্তিম দিনা মেঘালয়ৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী মার্কুইছ এণ্ড মাৰাক উপস্থিত থাকি মহোৎসৱ উপভোগ কৰে। এই মহোৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মেঘালয়ৰ নৃত্য শিল্পীৰ দলে অংশগ্রহণ কৰিছে। উল্লেখযোগ্য যে গাৰো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য গীতসমূহ নৱ প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে গাৰো ছাত্ৰ...