November 22, 2024 8:21 PM

views 21

বেনাৰস হিন্দু বিশ্ববিদ্যালৰ আৰু শিক্ষা মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ সহায় সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে বেনাৰস হিন্দু বিশ্ববিদ্যালৰ আৰু শিক্ষা মন্ত্ৰালয়ে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। নতুন দিল্লীত সম্পাদিত এই চুক্তি অনুসৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্রধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা আঁচনিৰ অধীনত স্থাপন কৰা অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানসমূহৰ লেখিয়াকৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ সাহায্য আগবঢ়াব পাৰিব। কেন্দ্ৰ...