July 7, 2025 7:33 PM July 7, 2025 7:33 PM
6
ৰাজ্য চৰকাৰৰ উদ্যোগত ৭৬ সংখ্যক বন মহোৎসৱৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৭৬ সংখ্যক বন মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানত যোৱা ১ জুলাইৰ পৰা অনুষ্ঠিত এই মহোৎসৱৰ আজি সামৰণি উপলক্ষে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্রবেশদ্বাৰৰ পৰা সজাগতা সমদল উলিওৱা হয়। সমদলত অংশ লোৱা লোকসকলে ৰাষ্ট্ৰীয় উদ্যানখন আৰু জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে শ্লোগান দিয়ে। ৰাজ্য চৰকাৰৰ উদ্যোগত দক্ষিণ কামৰূপৰ কুলশীত আজি ৭৬ সংখ্যক বন মহোৎসৱৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। যোৱা ১ জুলাইৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত আজি বন আৰু পৰিবেশ মন্ত...