September 29, 2025 10:59 AM

views 36

বেলুচিস্তানত পাকিস্তানী সেনাবাহিনীয়ে তিনিজন বেলুচ লোকক বলপূর্বকভাৱে নিৰুদ্দিষ্ট কৰাৰ অভিযোগ

সমগ্র বেলুচিস্তানত বেলুচ নাগৰিকৰ বলপূর্বক নিৰুদ্দেশ অব্যাহত থকাৰ সময়তে পাকিস্তানী সেনাবাহিনীয়ে আৰু তিনিজন বেলুচ লোকক বলপূর্বকভাৱে নিৰুদ্দিষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে। বেলুচ ৰাষ্ট্ৰীয় আন্দোলনৰ মানৱ অধিকাৰ শাখা পাংক'ৰ তথ্য অনুসৰি পাকিস্তানী সেনাবাহিনীয়ে বেলুচিস্তানৰ দাদৰ জিলাৰ কুলদান জিৱানী নিবাসী সমীৰ বেচক বলপূর্বকভাৱে নিৰুদ্দিষ্ট কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত পাংকে কয়, যে যোৱা নিশা কৰাচীৰ ছাফুৰাগথৰ পৰা পাকিস্তানী সেনাবাহিনীয়ে সমীৰ বেচক বলপূর্বকভাৱে উঠাই লৈ যায়। ইয়াৰোপৰি যোৱা শনিবাৰে...

May 19, 2025 9:23 PM

views 23

বেলুচিস্তানৰ কিল্লা আব্দুল্লা জিলাৰ জব্বৰ মাৰ্কেটৰ কাষৰীয়া এলেকাত সংঘটিত বিস্ফোৰণত ৪ জন লোক নিহত, ২০ জন লোক আহত

পাকিস্তানৰ বেলুচিস্তানৰ কিল্লা আব্দুল্লা জিলাৰ জব্বৰ মাৰ্কেটৰ কাষৰীয়া এলেকাত সংঘটিত এটা বিস্ফোৰণত ৪ জন লোক নিহত হোৱাৰ লগতে আন ২০ জন লোক আহত হয়। সংবাদ মাধ্যমৰ মতে কালি সংঘটিত ৮ গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে। এই বিস্ফোৰণৰ ফলত এটা ভৱন বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাখনো দোকান ভাগি পৰাৰ লগতে অগ্নিকাণ্ডও সংঘটিত হয়। এই বিস্ফোৰণৰ পাছতেই অচিনাক্ত আক্ৰমণকাৰী আৰু সুৰক্ষা কৰ্মীৰ মাজত কিছুসময়ৰ বাবে গুলীয়াগুলিও সংঘটিত হয়। নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন তেহৰিক ই তালিবান পাকিস্তান চমুকৈ টিটিপিয়ে ঘটনাট...