November 11, 2025 6:44 PM

views 35

লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ভিন্ন জিলাত একতাৰ পদযাত্রা অনুষ্ঠিত

লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন জিলাত একতাৰ পদযাত্রা অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত এই পদযাত্ৰা কৰা হয়। পুৱা ৯ বজাত গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাঙ্গনৰ পৰা কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাই পদযাত্ৰাৰ শুভাৰম্ভ কৰে। প্ৰায় ডেৰ হাজাৰ লোকে পদযাত্ৰাত অংশগ্ৰহণ কৰে ৷ [caption id="attachment_1299713" align="alignnone" width="580"] তিনিচুকীয়া চহৰ...

November 6, 2025 6:51 PM

views 28

ৰাজ্যত বিভিন্ন জিলাত আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন

লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন অংশ হিচাপে আজি বিভিন্ন জিলাত কাৰ্যসূচী অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলা প্রশাসনে আজি এই উপলক্ষে একতাৰ দৌৰ অনুষ্ঠিত কৰে। মন্ত্রী উর্ধ্বাও গৌৰা ব্ৰহ্মই মহাত্মা গান্ধী শিশু উদ্যানৰ পৰা এই দৌৰ মুকলি কৰে। হোজাই জিলাত লৌহ মানৱগৰাকীৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি আজি একতাৰ মানৱ শৃংখল অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই কার্যসূচীত সাংসদ কামাখ্যা প্রসাদ তাছা, কেইবাগৰাকীও বিধায়ক, জিলা প্রশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়াৰ উপৰি এন চি চিৰ সদস্যসকলে অং...