November 7, 2025 8:04 PM

views 31

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে শিৱসাগৰত বিভিন্ন কাৰ্যসূচী

লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে শিৱসাগৰত আজি জিলা ভিত্তিত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। জয়ন্তীৰ সৈতে সংগতি ৰাখি স্থানীয় যুৱ দলৰ সন্মুখৰ পৰা ঐতিহাসিক বৰপুখুৰীৰ চাৰিওকাষে এটা বিশাল পদযাত্ৰা উলিওৱা হয়। ডিমৌ বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাইয়ে শুভাৰম্ভ কৰা এই পদযাত্ৰাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা প্ৰমুখ্যে জিলা প্ৰশাসন, আৰক্ষী আৰু বিভাগীয় বিষয়াবৰ্গই অংশ লয়। জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান আৰু ৰাষ্ট্...