June 23, 2024 7:44 PM

views 20

ৰাজ্যৰ ভিন্ন প্ৰান্তত ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ পূৰ্ণ তিথি উপলক্ষে বলিদান দিৱস পালন

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ জালাহস্থিত মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পার্টি ককলাবাৰী মণ্ডল সমিতিৰ উদ্যোগত ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ পূৰ্ণ তিথি উপলক্ষে আজি বলিদান দিৱস পালন কৰা হয়। অনুষ্ঠানত দলীয় কার্যকর্তাসকলে মহান ব্যক্তিগৰাকীৰ প্ৰতিচ্ছবিত মালাৰ্পণ, বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বলিদান দিৱসৰ সৈতে সংগতি ৰাখি ককলাবাৰী মণ্ডল সমিতিৰ সভাপতি দিনেশ বসুৰ সঞ্চালনাত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত দলীয় বিষয়ববীয়াসকলৰ লগতে আমন্ত্রিত অতিথিসকলে শ্যামা...