October 30, 2025 8:47 PM

views 25

বাক্সা জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত জিলা দিৱস উদযাপন

বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত জিলা দিৱস উদযাপন কৰা হয়। শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে কাৰ্যসূচী মুকলি কৰা হয়। জিলা দিৱস উপলক্ষে জিলা আয়ুক্ত গৌতম দাস আৰু আৰক্ষী অধীক্ষক উজ্বল প্রতীম বৰুৱাই চাইকেল সমদলৰ শুভাৰম্ভ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই সমদলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা মত বিনিময় কাৰ্যসূচীৰো আয়োজন কৰা হয় ৷ উল্লেখযোগ্য যে ২০০৩ চনৰ আজিৰ দিনটোতে বিটিচি ...

October 30, 2024 8:25 PM

views 26

মুছলপুৰত এদিনীয়া কাৰ্যসূচীৰে বাক্সা জিলা দিৱস উদযাপন

বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত আজি মুছলপুৰত এদিনীয়া কাৰ্যসূচীৰে বাক্সা জিলা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত জিলাখনৰ জ্যেষ্ঠ নাগৰিক আৰু সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। বাক্সা জিলা দিৱস উপলক্ষে গছপুলি ৰোপণ আৰু চাইকেল সমদল কাৰ্যসূচীও ৰূপায়িত হয়। উল্লেখযোগ্য যে বিটিচি চুক্তি অনুসৰি ২০০৩ চনৰ আজিৰ দিনটোতে নলবাৰী, কামৰূপ আৰু বৰপেটা জি...