October 18, 2025 8:15 PM

views 18

বাক্সা জিলাৰ নিকাছিৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত আৰু ৫জনক গ্ৰেপ্তাৰ

বাক্সা জিলাৰ নিকাছিৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত আৰু ৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে। এই ৫ জনৰ সৈতে এতিয়ালৈ ৯ জনক গ্ৰেপ্তাৰ কৰা হৈছে। বাক্সা জিলাৰ আৰক্ষী অধীক্ষকে এই বিষয়ে সংবাদ মাধ্যমৰ আগত কয়, যে জুবিন গাৰ্গৰ অনুৰাগী বুলি সুযোগ লৈ যিটো দুষ্টচক্রই হিংসাত্মক ঘটনা সংঘটিত কৰিলে সেই চক্ৰটোৰ আটাইকে এজন এজনকৈ চিনাক্ত কৰা হৈছে আৰু অতিশীঘ্ৰেই বাকী থকা কেইজনকো গ্ৰেপ্তাৰ কৰা হ'ব। এই ক্ষেত্ৰত স্থানীয় লোকেও আৰক্ষীক সহায় কৰিছে। আৰক্ষীৰ বাহনত অগ্নিসংযোগ তথা শিল দলিওৱাৰ অভিযোগত বাক্সা আৰক্ষী গ্ৰেপ্তাৰ কৰা লোককেইজ...