March 22, 2025 7:12 PM

views 15

বজালীৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত ‘ধ্রুপদী অসমীয়া ভাষা-প্ৰত্যাহ্বান আৰু সম্ভাৱনা’ শীৰ্ষক আলোচনা-চক্ৰ

বজালী জিলাৰ পাটাছাৰকুছি নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত তথা ভাৰতীয় সমাজ বিজ্ঞান আৰু গৱেষণা পৰিষদৰ অৰ্থ সাহায্যত আৰু বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থান, অসম প্ৰান্তৰ সহযোগত মহাবিদ্যালয়খনত এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। ধ্রুপদী অসমীয়া ভাষা-প্ৰত্যাহ্বান আৰু সম্ভাৱনা শীৰ্ষক এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখন আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। মহাবিদ্যালয়খনৰ প্ৰশাসনীয় সমিতিৰ সভাপতি তথা অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ সোমেশ্বৰ কলিতাই আলোচনা চক্ৰৰ উদ্বোধনী...