April 8, 2025 8:35 PM
বজালী আৰক্ষীৰ অভিযানত দুচকীয়া বাহন চুৰিত জড়িত আন্তঃৰাষ্ট্ৰীয় চক্র উৎখাত, ৬জনক আটক
বজালী আৰক্ষীয়ে অভিযান চলাই দুচকীয়া বাহন চুৰিকাৰ্যত জড়িত এটা আন্তঃৰাষ্ট্ৰীয় চক্র উৎখাত কৰিবলৈ সমৰ্থ হয়। বজালীৰ আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰীয়ে আজি এখন সংবাদ মেলযোগে কয়, যে যোৱা ...