November 8, 2024 8:43 PM November 8, 2024 8:43 PM

views 2

বজালীৰ বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাষা গৌৰৱ সপ্তাহৰ অংশ হিচাপে বৰ্ণাঢ্য শোভাযাত্রা

বজালী জিলাৰ বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ভাষা গৌৰৱ সপ্তাহৰ অংশ হিচাপে বৰ্ণাঢ্য শোভাযাত্রা উলিয়ায়। এই শোভাযাত্রাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ বাবে সমগ্ৰ ৰাজ্যতে ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে ভাষা গৌৰৱ সপ্তাহ পালন কৰা হৈছে। ইফালে কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আজি ডিফু ক্লাবত ভাষা গৌৰৱ সপ্তাহ পালন কৰা হয়। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি কবি সন্মিলনৰ আয়োজন ক...