December 19, 2024 12:21 PM

views 14

বাহৰেইনত ২৮ গৰাকী ভাৰতীয় মাছ মৰিয়াক মুক্তি

বাহৰেইনে ২৮ গৰাকী ভাৰতীয় মাছ মৰিয়াক মুক্তি প্ৰদান কৰিছে। বাহৰেইনৰ জলপৃষ্ঠত অবৈধভাৱে প্ৰৱেশ কৰা অভিযোগত যোৱা ছেপ্তেম্বৰ মাহত মাছমৰীয়া কেইজনক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোক ৬ মাহ কাৰাদণ্ড দিয়া হৈছিল যদিও ইয়াক ৩ মাহলৈ হ্ৰাস কৰা হয়। বাহৰেইনস্থিত ভাৰতীয় দূতাৱাসে এই সন্দৰ্ভত মাছমৰীয়া কেইজনক আইনী সাহায্য প্রদানেৰে তেওঁলোকৰ মুক্তিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যোৱা ৭ৰ পৰা ৯ ডিচেম্বৰলৈকেও বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে দেশখন ভ্ৰমণ কৰিছিল আৰু গ্ৰেপ্তাৰ হোৱা মাছমৰীয়াসকলক সোনকালেই মুক্তি দি...