January 10, 2026 7:00 PM

views 14

সৰুসজাইত বাগৰুম্বা প্রদর্শন কৰি বিশ্ব অভিলেখ গঢ়াৰ বাবে সম্প্রতি বিভিন্ন স্থানত প্রস্তুতি

গুৱাহাটীৰ সৰুসজাইত ১০ হাজাৰ শিল্পীয়ে বড়োসকলৰ পৰম্পৰাগত নৃত্য বাগৰুম্বা প্রদর্শন কৰি বিশ্ব অভিলেখ গঢ়াৰ বাবে সম্প্রতি বিভিন্ন স্থানত প্রস্তুতি চলাই থকা হৈছে। কামৰূপৰ বকোত ৫৪৫ গৰাকী বড়ো সম্প্রদায়ৰ যুৱক-যুৱতীয়ে আখৰাত অংশগ্ৰহণ কৰে। বাক্সাৰ বৰমাজা বাথৌ মন্দিৰ খেলপথাৰত অনুষ্ঠিত বাগৰুম্বাৰ আখৰা আজি অন্ত পৰে। জিলাখনৰ মানাহ বিধানসভা সমষ্টিৰ ৰাবাং বড়োবজাৰ, চলচলি, ককলাবাৰী আদি অঞ্চলৰ ২৯০ গৰাকী যুৱক-যুবতীয়ে বাগৰুম্বাৰ অনুশীলনত অংশগ্রহণ কৰে। উল্লেখযোগ্য যে, অহা ১৭ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থি...