December 16, 2024 12:51 PM

views 21

গোৱালপাৰাৰ বাদুংদুপ্পা কলাকেন্দ্ৰত নাট মহোৎসৱ আৰম্ভ, আজি মঞ্চস্থ হ’ব ‘কিষাণ ৰাজ’

গোৱালপাৰা জিলাৰ ৰামপুৰত অৱস্থিত বাদুংদুপ্পা কলাকেন্দ্ৰৰ আন্দাৰ দ্য শাল ট্রী শীর্ষক তিনিদিনীয়া নাট মহোৎসৱত আজি তামিল ভাষাৰ নাট তিনধান চৰ্থীৰাম আৰু দিনৰ আঢ়ৈ বজাত কিষাণ ৰাজ নামৰ নাটখন মঞ্চস্থ কৰা হ'ব। বিশিষ্ট চিত্রশিল্পী ৰবিৰাম ব্ৰহ্মই কালি পুৱা এই নাট সমাৰোহৰ শুভাৰম্ভ কৰে। কালি পুৱাৰ ভাগত দদান ৰজা নামৰ ৰাভা ভাষাৰ নাটখন পৰিৱেশন কৰা হয়। তদুপৰি দিনৰ আঢ়ৈ বজাত বড়ো ভাষাৰ নাট মংলি মঞ্চস্থ কৰা হয়। উল্লেখযোগ্য যে বিশিষ্ট নাট্যকর্মী প্ৰয়াত শুক্রাচাৰ্য্য ৰাভাই আৰম্ভ কৰা বাদুংদুপ্পা কলাকেন্দ্ৰই বিগত ১৪...