September 10, 2024 8:59 PM

views 28

উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ ময়ূৰী বৰ্মন আৰু শান্তিপ্রিয়া হাজৰিকাৰ খিতাপ অৰ্জন

উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাৰ মহিলা আৰু জুনিয়ৰ ছোৱালীৰ শাখাত অসমৰ ময়ূৰী বৰ্মন আৰু শান্তিপ্রিয়া হাজৰিকাই খিতাপ অৰ্জন কৰিছে। গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কনকলতা ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাখনৰ মহিলাৰ শাখাৰ ফাইনেলত ময়ূৰীয়ে ছুজেন বুঢ়াগোহাঁইক হৰুৱাই স্বৰ্ণ পদক লাভ কৰে। মহিলাৰ ডাবলছত ময়ূৰী বৰ্মন আৰু মনালী বৰাৰ যুটিয়ে সোণৰ পদক লাভ কৰে। অসম বেডমিণ্টন সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনৰ ছিনিয়ৰ আৰু জুনিয়ৰ মিক্সড ডাবলছতো অসমৰ শ্বাটলাৰে চেম্পিয়ন ট্ৰফী ...