September 10, 2024 9:22 PM

views 22

আর্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহৰ আয়োজন

অসম চৰকাৰৰ বিজ্ঞান প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ হৈ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে আজিৰে পৰা দুদিনীয়াকৈ আর্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহৰ আয়োজন কৰিছে। এই সমাৰোহে ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মেৱাৰ লগতে উদ্ভাৱনীমূলক চিন্তাৰ বিকাশ তথা শিক্ষার্থীসকলক নতুন জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ কৰিব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আহ্বান জনাইছে। এই কাৰ্যসূচী ৰাজ্যৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে। সমাৰোহৰ কাৰ্যসূচী...