July 14, 2025 8:51 PM
13
সমগ্ৰ বিশ্বই আয়ুৰ্বেদৰ বৈজ্ঞানিক ভিত্তি, ব্যৱহাৰযোগ্যতা আৰু উপলব্ধতাৰ বিষয়ে অৱগত হৈছে – আয়ুষ মন্ত্ৰী
সমগ্ৰ বিশ্বই আয়ুৰ্বেদৰ বৈজ্ঞানিক ভিত্তি, ব্যৱহাৰযোগ্যতা আৰু উপলব্ধতাৰ বিষয়ে অৱগত হৈছে। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী প্ৰতাপৰাও গণপতৰাও যাদৱে নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠানত আয়োজিত শল্যাকন ২০২৫ৰ উদ্বোধনী অনুষ্ঠানত আজি এইকথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে আয়ুষ মন্ত্ৰালয়ে আয়ুৰ্বেদৰ ধাৰাবাহিক বিকাশ আৰু শল্য চিকিৎসা অনুশীলনত বিশেষ গুৰুত্ব আৰোপ কৰিছে যাতে আয়ুৰ্বেদ চিকিৎসা পদ্ধতিয়ে গোলকীয় স্বীকৃতি লাভ কৰিব পাৰে। উল্লেখযোগ্য যে শল্যাকন ২০২৫ হৈছে শল্যতন্ত্ৰৰ বাবে অনুষ্ঠিত এখন ৩ দি...