November 14, 2024 6:40 PM

views 24

অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী তালিকাৰ পৰা অনুৰাধা শৰ্মা পূজাৰীৰ নাম প্ৰত্যাহাৰ

বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীয়ে অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী তালিকাৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে। আজি এই সন্দৰ্ভত সাহিত্যিকগৰাকীয়ে অসম সাহিত্য সভাৰ প্রধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মালৈ প্ৰেৰণ কৰা এখন পত্ৰত কয়, যে সভাপতি পদৰ বাবে প্ৰস্তাৱিত আন চাৰিওগৰাকী প্ৰাৰ্থীৰ যিকোনো এগৰাকীক সৰ্বসন্মতিক্রমে মনোনীত কৰিলে তেওঁ সুখী হ'ব বুলি সাহিত্যিকগৰাকীয়ে উল্লেখ কৰে। সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ প্ৰচলিত প্ৰক্ৰিয়াটোলৈ যাব খোজা নাই বুলি উল্লেখ কৰি তেওঁৰ নামটো প্ৰাৰ্থী তালিকা...