February 1, 2025 1:07 PM

views 13

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন

বজালী জিলাৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাই মূল পতাকা উত্তোলন কৰাৰ লগতে আন বিশিষ্ট ব্যক্তিসকলে পতাকা বেদীৰ প্ৰথম চক্ৰত ৭৭ খন আৰু দ্বিতীয় চক্ৰত ১০৮ খন পতাকা উত্তোলন কৰে। উল্লেখযোগ্য যে সাহিত্য সভাৰ ইতিহাসত এইবেলি প্ৰথমবাৰৰ বাবে বিজ্ঞান মেলাৰ সংযোজন কৰা হৈছে। কর্ণেল গুৰুপ্ৰসাদ দাস বিজ্ঞান মেলা হিচাপে নামকৰণ কৰা এই মেলা মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখ...