June 10, 2025 12:21 PM
কাইলৈ সন্ধিয়া AXIOM-4 মহাকাশযানৰ উৎক্ষেপনৰ পৰৱৰ্তী সময় নিৰ্ধাৰণ
ভাৰতৰ শুভাংশু শুক্লাক মহাকাশলৈ কঢ়িয়াই নিব লগা AXIOM-4 অভিযান বেয়া বতৰৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে পিছুৱাই দিয়া হৈছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰ'ৰ অধ...