September 28, 2024 11:29 AM
17
তিনিচুকীয়াৰ ৱাথৈৰ পূৰ্বাঞ্চল ৰাজহুৱা খেলপথাৰত বিজ্ঞানসন্মত পশুপালন সন্দৰ্ভত সজাগতা সভা
তিনিচুকীয়া জিলাৰ ৱাথৈৰ পূৰ্বাঞ্চল ৰাজহুৱা খেলপথাৰত কালি বিজ্ঞানসন্মত পশুপালন সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক চমুকৈ নাবার্ড, তিনিচুকীয়া জিলা উন্নয়ন বিষয়াব উদ্যোগত অনুষ্ঠিত সভাখনত গ্ৰাম্যাঞ্চলত ছাগলী, হাঁহ-কুকুৰা আদিব বিজ্ঞানসন্মত পালনৰ ক্ষেত্ৰত পশুপালকসকল কিদৰে স্বাৱলম্বী হ'ব পাৰে এই বিষয়ে পৰামৰ্শ আগবঢ়ায়। সভাখনত নাবাৰ্ডৰ উপ-আঞ্চলিক সাধাৰণ মহাপ্রবন্ধক ইভান টি মানচুং, নাবার্ডৰ তিনিচুকীয়া জিলা উন্নয়ন বিষয়া, খণ্ড উন্নয়ন পশুপালন বিষয়া আদিব লগতে গ...