July 16, 2024 1:45 PM

views 15

জনসাধাৰণৰ বাবে বিমান যাত্ৰা অধিক সুলভ আৰু সহজসাধ্য কৰি তোলাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰঃ কিঞ্জাৰাপু ৰামমোহন নাইডু

অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৱে কৈছে যে, জনসাধাৰণৰ বাবে বিমান যাত্ৰা অধিক সুলভ আৰু সহজসাধ্য কৰি তোলাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। নতুন দিল্লীত চলিত বৰ্ষৰ দ্বিতীয় এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ মন্ত্ৰী পৰ্যায়ৰ সন্মিলনৰ সৈতে জড়িত এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীনাইডুৱে দেশৰ অসামৰিক বিমান পৰিবহণ খণ্ডত শক্তিশালী আন্তঃগাঁথনি বিকশাই তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা উদ্যম পদক্ষেপসমূহত আলোকপাত কৰে। তেওঁ কয় যে, বিমান পৰিবহণ খণ্ডৰ ভৱিষ্যতৰ দৃষ্টিভংগীৰ সৈতে বহনক্ষম উন্নয়নৰ লক...