September 3, 2024 8:17 PM September 3, 2024 8:17 PM

views 7

পেৰিছ পেৰালিম্পিকৰ মহিলাৰ ৫০ মিটাৰ ৰাইফলৰ থ্রি পজিছন শিতানৰ এছ এইচ ৱান শাখাৰ ফাইনেলত ভাৰতৰ অৱনি লেখা অৱতীৰ্ণ হ’ব

ভাৰতৰ অৱনি লেখাই আজি পেৰিছ পেৰালিম্পিকৰ মহিলাৰ ৫০ মিটাৰ ৰাইফলৰ থ্রি পজিছন শিতানৰ এছ এইচ ৱান শাখাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। ফাইনেল খেল ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে সাত বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ আজি ষষ্ঠ দিনা বিভিন্ন শাখাত পদকৰ যুঁজত অৱতীৰ্ণ হবলগীয়া অন্য ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত পূজাই পেৰা আৰ্ছাৰীৰ মহিলাৰ ৰিকাৰ্ভ শিতানত প্ৰতিদ্বন্দিতা আগবঢ়াব। একেদৰে দিপ্তী ঝিনাঞ্জি মহিলাৰ ৪০০ মিটাৰ টি টুৱেণ্টি শিতানত অৱতীৰ্ণ হ'ব। আনহাতে, মৰিয়প্পন থাংগাৱেলু, শৈলেশ কুমাৰ আৰু শৰৎ কুমাৰে পুৰুষৰ হাইজাম্পত টি ...