July 7, 2025 7:03 PM July 7, 2025 7:03 PM

views 8

কাইলৈৰ পৰা ধুবুৰী আৰু গোৱালপাৰা জিলাৰ দখলীকৃত ভূমিত প্ৰশাসনৰ উচ্ছেদ

ধুবুৰী আৰু গোৱালপাৰা জিলাৰ দখলীকৃত ভূমিত কাইলৈৰ পৰা উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। সেই অনুসৰি ধুবুৰী জিলাৰ চাপৰত কাইলৈ উচ্ছেদ চলোৱা হ'ব। একেদৰে ১০ জুলাইত গোৱালপাৰাৰ পাইকান বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা হ'ব। গোৱালপাৰা জিলা বন সংমণ্ডল বিষয়া তেজছ মৰিস্বামীয়ে প্ৰকাশ কৰা মতে ২০২৩ বৰ্ষৰ পৰা এতিয়ালৈ জিলাখনৰ চাৰিটা বনাঞ্চলিক এলেকাৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলৰ ৬৫০ হেক্টৰ ভূমি দখলমুক্ত কৰা হৈছে। ইয়াৰে ২০০ হে...