December 14, 2025 9:19 PM

views 25

অষ্ট্ৰেলিয়াৰ বন্দী তীৰত সংঘটিত সন্ত্রাসবাদী আক্রমণক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ তীব্ৰ গৰিহণা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইহুদীসকলৰ হানুকাহ উৎসৱৰ প্ৰথম দিনটো উদযাপন কৰা লোকসকলক লক্ষ্য কৰি অষ্ট্ৰেলিয়াৰ বন্দী তীৰত সংঘটিত সন্ত্রাসবাদী আক্রমণক তীব্ৰ গৰিহণা দিছে। সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্টত প্রধানমন্ত্রীয়ে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। এই শোকৰ সময়ত ভাৰত অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ সৈতে আছে বুলি তেওঁ মন্তব্য কৰে। শ্রী মোদীয়ে লগতে কয়, যে ভাৰতে সন্ত্রাসবাদৰ প্ৰতি শূন্য সহনশালতীৰ নীতি সমর্থন জনাই আহিছে আৰু সন্ত্রাসবাদৰ সকলো ধৰণ তথা প্ৰকাশৰ বিৰুদ্ধে ভাৰত সদায় থিয় হ'ব। বিদেশ মন্ত্রী ড০...