December 15, 2025 11:39 AM

views 23

অষ্ট্ৰেলিয়াৰ ছিডনীৰ বন্দী তীৰত সংঘটিত গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ লৈ বৃদ্ধি

ইহুদীসকলৰ উৎসৱ হানুকা উদযাপনৰ প্ৰথম দিনা কালি সন্ধিয়া অষ্ট্ৰেলিয়াৰ ছিডনীৰ বন্দী তীৰত সংঘটিত গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ লৈ বৃদ্ধি পাইছে। অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে এই গুলীচালনাক সন্ত্রাসবাদী আক্রমণ বুলি উল্লেখ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে বন্দুকধাৰী দুজন পিতা- পুত্ৰ আছিল। গুলীচালনাৰ সময়ত আৰক্ষীৰ হাতত ৫০ বছৰীয়া পিতৃৰ মৃত্যু হয় আৰু পুত্ৰজনক সংকটজনক অৱস্থাত আৰক্ষীয়ে জিম্মাত লয়। এই আক্ৰমণত দুজন আৰক্ষী বিষয়াকে ধৰি ৪২ জন লোক আঘাতপ্রাপ্ত হয়। ঘটনাস্থলীৰ পৰা ছটা বন্দুক আৰু দুটা ব...