April 16, 2025 8:06 PM

views 52

চীনৰ বাবে আমেৰিকালৈ আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰত ২৪৫ শতাংশ প্রতিশুল্ক

চীনে আমেৰিকালৈ আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰত ২৪৫ শতাংশ প্রতিশুল্কৰ সন্মুখীন হৈছে। প্ৰতিশোধমূলক কাৰ্যৰ ফলস্বৰূপে চীনে এই বর্ধিত প্ৰতিশুল্কৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি হোৱাইট হাউচ কৰ্তৃপক্ষই প্রকাশ কৰিছে। ইপিনে, মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে চীনকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ বিৰুদ্ধে আৰোপ কৰা উচ্চ হাৰৰ প্ৰতিশুল্ক সন্দৰ্ভত চীন চৰকাৰে মাৰ্কিন কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ বাবে আন্তর্জাতিক বাণিজ্য বিষয়ক এগৰাকী মধ্যস্থতাকাৰীক নিযুক্ত কৰিছে। লিচেংগাং নামৰ এই মধ্যস্থতাকাৰীগৰাকীক ২০২০ চনত চীন আৰু আমেৰি...