September 24, 2024 9:06 PM September 24, 2024 9:06 PM
5
ৰাজহুৱা খণ্ডৰ হিচাপ-নিকাচ ব্যৱস্থাৰ ক্ষমতাৰ পৰিধিয়ে পৰম্পৰাগত হিচাপ-নিকাচ ব্যৱস্থাৰ পৰিধিক চেৰ পেলাইছেঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে কৈছে যে, হিচাপ-নিকাচ ফলপ্রসূভাৱে সম্পন্ন কৰাৰ বাবে হিচাপ-নিকাচ ব্যৱস্থাটো প্ৰযুক্তিৰ উত্থানৰ অনুৰূপ হ'ব লাগে। নতুন দিল্লীত আজি সর্বোচ্চ হিচাপ-নিকাচ প্ৰতিষ্ঠানসমূহৰ এছিয় সংস্থাৰ ষষ্ঠদশ সভা উদ্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ৰাজহুৱা খণ্ডৰ হিচাপ-নিকাচ ব্যৱস্থাৰ ক্ষমতাৰ পৰিধিয়ে পৰম্পৰাগত হিচাপ-নিকাচ ব্যৱস্থাৰ পৰিধিক চেৰ পেলাই গৈছে। ইয়াৰ ভিতৰত জন কল্যাণ আঁচনি আৰু প্ৰকল্পৰ ফলপ্ৰসূতা মূল্যায়নৰ নিচিনা বিষয়সমূহো অন্তৰ্ভুক্ত হৈছে। তেওঁ কয...