November 12, 2025 9:01 PM

views 26

কেন্দ্রীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৃষিমন্ত্ৰী অতুল বৰাৰ

কৃষিমন্ত্ৰী অতুল বৰাই আজি নতুন দিল্লীত কেন্দ্রীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি ৰাজ্যখনত ৰূপায়িত হৈ থকা কেন্দ্ৰীয় আঁচনিসমূহৰ অগ্ৰগতি সন্দৰ্ভত মন্ত্ৰীগৰাকীক অৱগত কৰে। তেওঁ লগতে ৰাজ্যখনৰ কৃষকসকলৰ জীৱন ধাৰণৰ মান উন্নীত কৰি অসমৰ কৃষিভিত্তিক অর্থনীতি সুদৃঢ় কৰাৰ ক্ষেত্রত এই আঁচনিসমূহে কিধৰণে সহায় কৰিছে সেই বিষয়ে আলোচনা কৰে। এই আলোচনাত ৰাজ্যৰ কৃষি খণ্ডৰ সর্বাঙ্গীন বিকাশ আৰু কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ পথ প্রশস্ত কৰাৰ সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্রী শ্ৰীবৰাই অসমৰ লগতে দেশৰ ...