July 21, 2025 12:17 PM July 21, 2025 12:17 PM

views 3

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ খৰাং পৰিস্থিতি সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিয়া খৰাং পৰিস্থিতি সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিতংভাৱে আলোচনা কৰিছে। নতুন দিল্লীত সাংবাদিকৰে হোৱা কথা-বতৰাত যোৱানিশা কৃষিমন্ত্ৰীগৰাকীয়ে কয়, যে জলবায়ু পৰিৱৰ্তনে বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে বিতংভাৱে আলোচনা কৰা হৈছে। জলসিঞ্চন বিভাগে খৰাং পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে সুকীয়াকৈ কাম কৰি থকাৰ কথা উল্লেখ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয়, যে কৃষি বিভাগৰ তৰফৰ পৰাও ক...