July 22, 2025 12:03 PM

views 18

বান-খৰাং পৰিস্থিতিৰ বুজ ল’বলৈ অসমলৈ আহিব কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান

ৰাজ্যৰ বান আৰু খৰাংপীড়িত কেইবাখনো জিলাৰ পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে জিলাসমূহ ভ্ৰমণ কৰিব। নতুন দিল্লীৰ কৃষি ভৱনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠকৰ সময়ত কালি শ্ৰী চৌহানে এই বিষয়ে আশ্বাস দিয়ে। বৈঠকত মন্ত্ৰী শ্ৰীবৰাই অসমৰ কৃষকসকলে সম্প্ৰতি সন্মুখীন হোৱা প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে তেওঁক অৱগত কৰে। ৰাজ্যৰ কেইবাখনো জিলা বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বহু অঞ্চলত খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি তেওঁ কে...