July 10, 2025 10:47 PM July 10, 2025 10:47 PM
3
ৰাষ্ট্ৰীয় মীন পালক দিৱস উপলক্ষে ৰাজ্যত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ, মীন পালকসকললৈ কৃষিমন্ত্ৰী অতুল বৰাৰ শুভেচ্ছা
আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস। কৃষি মন্ত্ৰী অতুল বৰাই এই উপলক্ষে মীন পালকসকলক শুভেচ্ছা জনাই কয়, যে ৰাজ্য চৰকাৰে মীন আৰু জলজ কৃষিখণ্ডৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাঁথনি উন্নয়ন আৰু কৃষকৰ বাবে যাৱতীয় সুবিধা উপলব্ধ কৰাত অগ্ৰাধিকাৰ দি এই খণ্ডটোক স্বাৱলম্বী হোৱাৰ উৎসলৈ ৰূপান্তৰিত কৰিছে। তেওঁ যুৱক-যুৱতীসকলক চৰকাৰী আঁচনিৰ সদ্ব্যৱহাৰ কৰি মৎস্য পালনৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো এই দিৱসৰ সৈতে সংগতি ৰাখি আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আমিনগাঁৱত ...