December 22, 2024 11:47 AM

views 14

যোৰহাটত অনুষ্ঠিত ২০২৪-২৫ বৰ্ষৰ কৃষক মেলাৰ উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাৰ অংশগ্রহণ

কৃষি মন্ত্ৰী অতুল বৰাই কালি যোৰহাটত ২০২৪-২৫ বৰ্ষৰ কৃষক মেলাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি প্ৰদৰ্শনীদ্বাৰ মুকলি কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কৃষক আৰু কৃষি উদ্যমীসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ কৃষিখণ্ডৰ সৰ্বাংগীন উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কৃষি বিভাগে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা সম্পৰ্কে উল্লেখ কৰে। অসমৰ কৃষিখণ্ডৰ ৰূপান্তৰৰ যাত্ৰাক এই মেলাই নতুন গতি দিব পাৰ...