June 26, 2024 8:42 PM
দিল্লীৰ জলমন্ত্ৰী আতিশীক অখিলেশ যাদৱৰ সাক্ষাৎ
সমাজবাদী দলৰ নেতা অখিলেশ যাদৱে আজি লোকনায়ক হাস্পতালত চিকিৎসাধীন দিল্লীৰ জলমন্ত্ৰী আতিশীক সাক্ষাৎ কৰি তেওঁৰ স্বাস্থ্যৰ বুজ লয়। হাৰিয়ানাৰ পৰা পৰ্যাপ্ত পৰিমানৰ পানীৰ দাবীত যোৱা ২১ জনুৰ...